নগাঁৱৰ বৰঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ আৰক্ষীৰ
- নগাঁও আৰক্ষীৰ বৃহৎ সফলতা।
- নগাঁও বৰঘাটত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।
- শিলচৰৰ পৰা নগাঁও জুৰীয়ালৈ আনি থকা অৱস্থাত আৰক্ষীয়ে নগাঁও বৰঘাটত আৰক্ষীয়ে জব্দ কৰিছে কেইবাকোটি টকা মূল্যৰ ড্ৰাগছ।
- আৰক্ষীয়ে জব্দ কৰিছে ৬৮টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ।
- ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ সৰবৰাহকাৰী।
- আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে ইনামূল হক, ইলিয়াছ আহমেদ আৰু নজমূল ইছলাম।
ডিজিটেল ডেস্ক, ১৮ জুন