নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পল্টনবজাৰৰ এখন লজত বাংলাদেশীক কৰায়ত্ত ৰাইজৰ

  • পল্টনবজাৰৰ ববী লজত দুজন বাংলাদেশীক কৰায়ত্ত ৰাইজৰ।
  • বৈধ নথি অবিহনে দুয়ো ভাৰতত প্ৰৱেশ কৰিছিল।
  • হৃদয় ডেকা নামৰ দালালৰ জৰিয়তে ভাৰতত প্ৰৱেশৰ কথা স্বীকাৰ ধৃত দুই বাংলাদেশীৰ।
  • পল্টনবজাৰৰ ববী লজত বাংলাদেশী দুজনক কৰায়ত্ত ৰাইজৰ
  • বৈধ নথি অবিহনে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশীকেইগৰাকীয়ে।
  • ইতিমধ্যে সৰ্বমুঠ ১০জন বালাংদেশীক আটক কৰিছে আৰক্ষীয়ে।
  • হোটেলখনৰ ১২১; ১২৩; ১২৪ নম্বৰৰ কোঠাত আছিল বাংলাদেশীকেইজন।
  • বৰ্তমান পল্টন বজাৰ আৰক্ষীয়ে হোটেলখনত অভিযান চলাই আছে।

ডিজিটেল ডেস্ক, ২৪ জুন

You might also like