নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনৰীয়া হাতীৰ গচকত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনকৰ্মী

  • বকোৰ মৌমান চানমাৰীত অঘটন।
  • বনৰীয়া হাতীৰ গচকত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনকৰ্মী।
  • আঘাতপ্ৰাপ্ত ফৰেষ্ট বেটেলিয়ানজন জয়ন্ত কলিতা।
  • কুঁৱাত পৰা হাতীৰ পোৱালি এটাৰ উদ্বাৰ অভিযানত গৈছিল বন বিভাগ।
  • তেনে সময়ত হাতী এটাই আক্ৰমণ কৰে বনকৰ্মীজনক।
  • বুকু, ককাল আৰু ভৰিত গুৰুতৰ আঘাত জয়ন্ত কলিতাৰ।
  • বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান।
  • উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ।
  • হাতীৰ জাক এটাৰ চিঞৰ শুনি স্থানীয় লোকে খৱৰ দিয়ে বন বিভাগক।
  • বনকৰ্মীয়ে টৰ্চ জ্বলাই বিচৰণ কৰাৰ সময়ত আক্ৰমণ কৰে বনৰীয়া হাতীয়ে।
  • জয়ন্ত কলিতা বকোস্থিত শিংৰা বন বিভাগৰ কাৰ্যালয়ত কৰ্মৰত।
  • ঘৰ হাজোৰ ৰামদিয়াত।

ডিজিটেল ডেস্ক, ৬ জুলাই

You might also like