নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্ৰৱাত হৃদয়বিদাৰক ঘটনা, ২ কণমানিৰ প্ৰাণহানি

  • বটদ্ৰৱাৰ ধনীয়াভেটিত 𝐌𝐆𝐍𝐑𝐄𝐆𝐀ৰ ফলক বাগৰি মৃত্যু দুগৰাকী কণমানিৰ।
  • আঘাতপ্ৰাপ্ত এগৰাকী কণমানি ছাত্রীক চিকিৎসালয়ত ভর্তি।
  • মৃত্যু হোৱা কণমানি ছাত্রী দুগৰাকীৰ নাম তহিদা খাতুন (৯) আৰু ৰীমা খাতুন (৯)।
  • আহতগৰাকীৰ নাম হালিমা খাতুন।
  • গ্ৰীষ্মবন্ধৰ বাবে ছাত্রীকেইগৰাকীয়ে খেলাধূলা কৰি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা।
  • ধনীয়াভেটি পঞ্চায়তৰ সৌৰাপাৰাত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনাটো।
  • পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে নিম্নমানৰ সামগ্ৰীৰে ফলক নিৰ্মাণ কৰাৰ বাবেই এই ঘটনা সংঘটিত হয়।

ডিজিটেল ডেস্ক, ১৫ জুলাই

You might also like