গোলাঘাটৰ মিছন তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা
- গোলাঘাটৰ মিছন তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
- নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ডিভাইডাৰত খুন্দা মাৰি বহু দূৰলৈ চিটিকি পৰে এখন i20 বাহন।
- সংকটজনক অৱস্থাত চালকজনক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয়
- পিছত চিকিৎসকে মৃত ঘোষণা কৰে।
- চালক মৃত যুৱকজনৰ নাম গৌৰৱ জ্যোতি গগৈ।
- ২২ বছৰীয়া যুৱকজনৰ ঘৰ পুলিবৰত বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ২৮ জুলাই