অসম নুমলীগড়ত নৃশংস হত্যাকাণ্ড By নিয়মীয়া বাৰ্তা On Jul 28, 2026 Share নুমলীগড়ৰ কাষৰীয়া বকিয়াল গাঁৱত নৃশংস হত্যাকাণ্ড। বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক। নিহত লোকজনৰ নাম নৰেন নায়ক। হত্যাকাৰী বিপুল গোসাইক কৰায়ত্ত কৰে আৰক্ষীয়ে। ডিজিটেল ডেস্ক, ২৮ জুলাই Featured Share