নিয়মীয়া বাৰ্তা, ১৯ এপ্রিলঃ কর্তব্যত অৱহেলা আৰু নিজ দায়িত্বক উপেক্ষা কৰাৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ক্ষেত্রীৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ শশাংক বৰা আৰু সোণাপুৰৰ গাহৰি প্রদর্শনমূলক পামৰ প্রবন্ধক ডাঃ চৈয়দ আজিজুৰ ৰহমানক অসম চৰকাৰে নিলম্বন কৰে ৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিতিত শনিবাৰে পশুপালন মন্ত্রী অতুল বৰাই উক্ত চিকিৎসালয় আৰু গাহৰি পামখনত চিকিৎসক দুগৰাকীৰ অনুপস্থিতিত নিলম্বনৰ নির্দেশ দিয়ে ৷
Prev Post
You might also like