লকডাউনত চর্তসাপেক্ষে খুলিব পাৰিব দোকান, কি কি থাকিব খোলা ?
খোলা থাকিব
- গ্রামীণ এলেকাৰ চুবুৰি–আৱাসিক চৌহদ–বাণিজ্যিক চৌহদৰ দোকান
- পৌৰসভা এলেকাৰ কেৱল চুবুৰি আৰু আৱাসিক চৌহদৰ দোকান
- আৱাসিক চৌহদৰ ভিতৰত থকা টেইলৰিং
- দোকানসমূহ চলাব পাৰিব মাথোঁ ৫০ শতাংশ কর্মচাৰীৰে
- মালিক–কর্মচাৰীয়ে দোকান খোলাৰ সময়ত গ্ল’ভছ–মাস্ক পিন্ধাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক
বন্ধ থাকিব
- গাঁও–চহৰ উভয়তে শ্বপিং মল মার্কেট কমপ্লেক্স
- একাধিক দোকান থকা চৌহদ
- চুবুৰি আৰু আৱাসিক চৌহদৰ লগতে অন্য স্থানত থকা চেলুন
- সকলো ধৰণৰ চিনেমা হল
- সুৰাৰ বিপণী–বাৰ
- ৰেস্তোৰাঁ–হোটেল
- জিম–ছুইমিং পুল
- থিয়েটাৰ–ডিটৰিয়াম
- কেৱল অত্যাৱশ্যকীয় সামগ্রীৰ বাবেহে ই–বাণিজ্য