- ব্যক্তিগতকৰণ নহয় নুমলীগড় শোধনাগাৰ
- ব্য়ক্তিগতকৰণৰ পৰা বাহিৰত ৰখা হৈছে শোধনাগাৰটো
- এই ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ
- NRLৰ ব্য়ক্তিগতকৰণৰ বিৰুদ্ধে চলিছিল ব্যাপক প্ৰতিবাদ
- সংসদটো একাংশ সাংসদতে প্ৰতিবাদ কৰিছিল ব্য়ক্তিগতকৰণৰ বিৰুদ্ধে
- কেবিনেট বৈঠকৰ এই সিদ্ধান্তক আদৰণি আছুৰ
- NTPCৰ সৈতে চামিল কৰা হৈছে NEEPCOক
- NEEPCOৰ ১০০ শতাংশ শ্বেয়াৰ NTPCৰ
- ব্য়ক্তিগতকৰণ কৰা হৈছে BPCLক