ৰাফেলৰ আগমন
অৱশেষত হাৰিয়ানাৰ আম্বালাস্থিত সামৰিক বিমানঘাটিত অৱতৰণ কৰিলে ৰাফেল যুঁজাৰু বিমানে৷ ইয়াকে লৈ ধবাৰে দেশজুৰি পৰিলক্ষিত হৈছিল অভূতপূর্ব ডছাহৰ পৰিৱেশ৷ প্রধানমন্ত্রী, গৃহমন্ত্রী, প্রতিৰক্ষামন্ত্রীকে ধৰি চৰকাৰৰ প্রায় প্রতিগৰাকী লোকে যুঁজাৰু বিমানকেইখনক পৰম আশাৰে ভাৰতৰ ভূমিত আদৰণি জনায়৷ সাধাৰণ জনতাৰ কথা ক’বই নালাগে৷ বিশেষকৈ ছ’চিয়েল নেটৱর্কিং ছাইটত যুঁজাৰু বিমানকেইখনক আদৰণি জনোৱাৰ জোৱাৰ ডঠিছিল৷ কেইখনমান যুঁজাৰু বিমানক প্রধানমন্ত্রীৰ পর্যায়ৰ পৰা সাধাৰণ জনতালৈকে এইদৰে আদৰাৰ নজিৰ নাই৷ ইয়াক ৰাষ্ট্রীয়তাবাদৰ সৰল প্রকাশ লি ক’ব পাৰি৷ এতিয়া এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে, য’ত সকলোৱে বিচাৰিছে দেশখনৰ প্রগতি হওক৷ বিশ্বৰ ভিতৰতে অগ্রণী হওক দেশখন৷ সুৰক্ষিত হৈ থাকক ভাৰতৰ মানচিত্র৷ নহ’লে বিমানকেইখনক আদৰ্বিলৈ ইমান ডৎকণ্ঠা, আগ্রহৰ ডদ্ভৱ ঘট্বি ক’ৰ পৰা ইয়াৰ পূর্েব ভাৰতীয় মহাকাশ সংস্থা ইছৰোৰ মঙল অভিযানক লৈ দেশ্বাসীৰ মাজত দেখা গৈছিল অকল্পনীয় আগ্রহ তথা ডছাহ৷ সিয়ে বিশ্ব্বাসীক আচৰিত কৰি তুলিছিল৷ মহাকাশ বিজ্ঞানী অথ্বা মহাকাশৰ কোনো অভিযানক এখন দেশৰ প্রায় সকলো লোকে প্র্বল ডছাহ–আগ্রহ দেখুওৱা তথা ডৎকণ্ঠিত হোৱাৰ ইতিহাসেই নাই৷
হু সফল অভিযানৰ গৰাকী নাছাৰ বিজ্ঞানীসকলেও জনতাৰ তেনে মৰম, অকুণ্ঠ সমর্থন লাভ কৰ্বিলৈ সক্ষম হোৱা নাই৷ নিঃসন্দেহে ভাৰত্বর্ষৰ জনতাৰ মাজত নিজৰ দেশখনৰ সাফল্যক লৈ পূর্বৰ তুলনাত হু পৰিমাণে সচেতনতা দ্ধি পাইছে৷ ক্ষেত্র যিয়েই নহওক, মানুহে যেন বিচাৰিছে দেশখন সফল হওক৷ সফলতাৰ াতৰি পাবলৈ যেন এতিয়া প্রতিটো ক্ষণতে ডদগ্রীৱ৷ ৰাফেল বিমানকেইখনক আদৰণি জনাবলৈ গৈ দেশখনৰ জনসাধাৰণে যিদৰে ডছাহৰ প্রকাশ ঘটালে, সিও নতুন ভাৰত্বর্ষ এখনৰ আশাভৰা ছবি দাঙি ধৰিছে৷ ভাৰতৰ প্রতিৰক্ষা শক্তি সময়সাপেক্ষ আৰু বিশ্বৰ মহাশক্তিৰ সৈতে যুঁজত সক্ষম কৰি তুল্বিলৈ ৰাফেলৰ দৰে যুঁজাৰু বিমানৰ আৱশ্যকতা কোনেও নুই কৰ্বি নোৱাৰে৷ দেশখনৰ সীমান্তত কাহানিও বিশ্বাস আৰু ভৰসা কৰিব নোৱৰা দুখন ৰাষ্ট্র আছে৷ দিন হয়তো এনেও আহিব পাৰে যে ভাৰতে একে সময়তে দুটা ফ্রণ্ট অর্থাৎ দুখন ৰাষ্ট্রৰ বিৰুদ্ধে সমৰত নাম্বিলগীয়া হ’ পাৰে৷ সেয়ে দেশখনৰ প্রতিৰক্ষা শক্তিক অধিক তীক্ষ্ণ কৰি তুল্বিই লগ্বি৷ সমৰাস্ত্র হ’ লাগ্বি দুয়োখন দেশৰ তুলনাত অধিক শক্তিশালী৷ অৱশ্যে ভাৰতৰ সৈতে পাকিস্তানৰ সমৰ শক্তিৰ কোনো তুলনাই নহয়৷ কিন্তু চীনক কাবু কৰ্বিলৈ ভাৰতৰ সামৰিক াহিনীক অধিক শক্তিশালী কৰি তুল্বিই লাগ্বি৷ ৰাফেলৰ দৰে পাৰমাণৱিক অস্ত্র হন কৰ্বি পৰা তথা এক মিনিটতে ৬০,০০০ ফুট ডচ্চতালৈ গৈ যুদ্ধ এখনৰ ফলাফলেই সলনি কৰি দ্বি পৰা ধৰণৰ সম্পদ থকা দেশখনৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হ’লৈ এতিয়াৰে পৰা চীনে দহ্বাৰ ভাব্বি লাগ্বি৷ কিন্তু ভাৰত্বর্ষৰ ােব দুর্ভাগ্যজনক কথাটো হ’ল, প্রতিৰক্ষা বিষয়ক চুক্তিৰ ৰূপায়ণত অযথা বিলম্ব ঘটা৷ ৰাফেল বিমানকেইখন আজি নহয়, কেইবাবছৰ পূর্েব ভাৰতৰ ভূমিত আহি ডপস্থিত হ’ লাগিছিল৷ এইটো নহ’ল কেৱল ইড পি এ চৰকাৰৰ ক্ষমাহীন হেমাহিত৷ চৰকাৰখনক নেতৃত্ব দিয়া কংগ্রেছৰ নেতা ৰাহুল গান্ধীয়ে ৰাফেল বিমানকেইখনৰ ক্রয়ক লৈ যিমানেই অভিযোগ নকৰক কিয়, তেওঁলোকে শাসনত থকা কালছোৱাত সুযোগ পায়ো কামফেৰা নকৰিলে৷ তদানীন্তন প্রতিৰক্ষামন্ত্রী এ কে এণ্টনীয়ে বিষয়টো গেঠেলা মৰাই থ’লে৷ এন ডি এ চৰকাৰৰ কালছোৱাত বিমানকেইখন ভাৰতলৈ অনাত দলটোৰ নেতৃত্ব ইমানেই অন্ধ হৈ পৰিছে যে ৰাহুল গান্ধীক ন্যায়ালয়ে পর্যন্ত ককর্থনা কৰ্বিলগীয়া হৈছে৷ ইয়াৰ বিপৰীতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৬ চনত ফ্রান্স ভ্রমণৰ সময়ত তাৰে দ্য ছল্ট কোম্পানীৰ সৈতে চুক্ত্বিদ্ধ হৈ ৩৬খন ৰাফেল ক্রয় কৰাটো নিশ্চিত কৰে৷ বিমানকেইখনে ভাৰতীয় ায়ুসেনাৰ আক্রমণ ক্ষমতা হুগুণে দ্ধি কৰ্বি৷ এনেয়েও ভাৰতীয় ায়ুসেনাৰ পৰাক্রম, দক্ষতাৰ খ্যাতি বিশ্বজোৰা৷ যদি তেনে এটা াহিনীৰ হাতত ৰাফেল থাকে, াহিনীটোৰ মনোবল কিমান ডচ্চ হ’ পাৰে, সেইটো অনুমান কৰ্বিলৈ অধিক শক্তিৰ প্রয়োজন নহয়৷ বিমানকেইখনক পাকিস্তানৰ ভূমিত নিৰাপদে ভাৰতৰ বিৰুদ্ধে চক্রান্ত ৰচনা কৰি থকা অপশক্তিসমূহৰ ােবও বিপদৰ আগজাননী ল্বি পাৰি৷ বিশেষকৈ, প্রতিৱেশী ৰাষ্ট্রখনত সামৰিক প্রশিক্ষণ লোৱা সন্ত্রাস্বাদী সংগঠনৰ কেম্প তথা ঘাটিেবাৰ এতিয়াৰে পৰা নিৰাপদ নহয় লিয়েই ক’ পাৰি৷ বিমানকেইখনে ভাৰত্বর্ষক হু দিশত সুবিধাজনক স্থিতি প্রদান কৰ্বি৷ অৱশ্যে ইয়াৰ মাজতো এটা প্রশ্ণৰ অৱকাশ থাকি যায়, এনে ধৰণৰ ‘এডভান্সড্’ যুঁজাৰু বিমান নির্মাণত দেশখন কেতিয়া আত্মনির্ভৰ হ’? এতিয়া ভাৰত্বর্ষৰ জনসাধাৰণে এখন আত্মনির্ভৰ ভাৰতো বিচাৰে৷