নিয়মীয়া বাৰ্তা, ৪ ছেপ্তেম্বৰঃ“প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পৰিস্থিতি সম্প্ৰতি কিছু স্পৰ্শকাতৰ আৰু গম্ভীৰ ৷ কিন্তু আমি এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰি আছো ৷ আমাৰ সুৰক্ষাৰ বাবে আমি কিছুমান সতৰ্কতামূলক পদক্ষেপে গ্ৰহণ কৰিছো ৷”- এই মন্তব্য সেনাপ্ৰধান এম.এম.নৰৱানেৰ৷
উল্লেখ্য যে ভাৰত-চীন সীমান্তত অব্যাহত থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে লেহত উপস্থিত হৈছে সেনা প্ৰধান এম.এম.নৰৱানে ৷
We are very sure that through this medium of talks, we will resolve whatever difference we have. We will ensure that status quo is not changed and we are able to safeguard our interests: Army Chief General Manoj Mukund Naravane on the current situation at LAC (2/2) https://t.co/q9UwymrrQ9
— ANI (@ANI) September 4, 2020