চীনে ৬০ হাজাৰ সেনা মোতায়েন কৰিছে ভাৰতৰ উত্তৰ সীমাত
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ ভাৰতৰ উত্তৰ সীমাত চীনে ৰাখিছে ৬০ হাজাৰ সেনা। এই মন্তব্য চীনৰ বিদেশ মন্ত্ৰী মাইক পম্পিঅ’ৰ। বেয়া ব্যৱহাৰ আৰু ভাবুকিৰ বাবে এই ব্যৱস্থা কৰা হৈছে।
চীন তীব্ৰ অগ্ৰাসনৰ বাবে এখন বৈঠক অনুষ্ঠিত হৈছিল এই বৈঠকত কয় যে ভাৰতীয়সকলে উত্তৰসীমাত ৬০ হাজাৰ চীনা সৈন্য প্ৰত্যক্ষ কৰিব।
ক’ৰোনা ভাইৰাছে প্ৰায় ধ্বংসস্তুপত পৰিণত কৰা দেশসমূহৰ অৰ্থনীতি শক্তিশালী কৰিবৰ বাবে ভাৰত, অষ্ট্ৰেলিয়া, জাপানৰ বিদেশ মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল।
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পিঅ’ৰ সৈতে চীনৰ বিদেশ মন্ত্ৰী জয়শংকৰৰ লগত টকিঅত এখন বৈঠকত মিলিত হয় আৰু বিশ্বৰ শান্তি-সমৃদ্ধি আৰু সুৰক্ষাৰ বাবে একলগে কাম কৰাৰো আৱশ্যকতা সম্পৰ্কে মত বিনিময় কৰে। এই বৈঠকৰ নাম দিয়ে উৎপাদক।