আজিৰ দিনটো
- আজি অসমীয়া তাৰিখ অনুসৰি ২০ আঘোণ, ১৯৪১ শক
- আজি ইংৰাজী তাৰিখ অনুসৰি ৭ ডিচেম্বৰ, ২০১৯ চন
- ১৮৫৬ত দেশত বিধৱা বিবাহ প্ৰচলন
- ১৯৩২ত সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিৰ জন্ম
- ১৮৯৮ ত কবি-নাট্যকাৰ প্ৰসন্নলাল চৌধুৰীৰ জন্ম
- ১৯৭২ত কুৰি শতিকাৰ অন্তিমটো চন্দ্ৰ অভিযান