Long Drive-ৰ বাবে যাব খুজিছে যদি আজিয়ে ঘৰলৈ আনক Honda CB500X
ভাৰতত লঞ্চ হ’ল Honda CB500X। এই নতুন মডেলৰ বাইকখনে দুঃসাহসিক যাত্ৰা কৰি ভালপোৱা ভাৰতীয়সকলক আকৰ্ষণ কৰা দেখা গৈছে।
ইতিমধ্যে বজাৰ লৈ আহিবলৈ সাজু Honda CB500X। এই বাইকখন ৰঙা, কলা ৰঙত উপলব্ধ। ইয়াৰ মূল্য হৈছে ৬,৮৭,৩৮৬ টকা।(Ex-showroom)
কোম্পানীটোৱে দাবী কৰিছে যে Honda CB500X দীঘল যাত্ৰাৰ বাবে সম্পূৰ্ণৰূপে সঠিক। ইয়াৰ ভিতৰত আছে সম্পূৰ্ণ full-LED lighting, 181 mm of ground clearance ৰ সৈতে 8-valve, liquid-cooled, 471 cc, parallel-twin cylinder engine।
Honda CB500X ৪৭ বিএইচপিত ৮,৫০০ rpm আৰু ৪৩.২ এনএম উৎপন্ন কৰি স্পীডত চলিব। এই বাইকখনত আছে এটা slipper clutch। পেটেল ষ্টাইলত আছে anti-lock braking system।