নিশা AMCHৰ ক’ভিড ৱাৰ্ডত হাহাকাৰ; আতংকিত ৰোগীসকল ওলাই আহে ৰাস্তালৈ
নিয়মীয়া বাৰ্তা, ১ মেঃ নিশা AMCHৰ ক’ভিড ৱাৰ্ডত হাহাকাৰ
বৈদ্যুতিক চৰ্ট ছাৰ্কিটৰ ফলত কথমপি ৰক্ষা ৰোগী। নিশা ১.৩০ বজাত সংঘটিত হয় এই ঘটনা
ফলত আতংকিত ৰোগীসকল ৱাৰ্ডৰ পৰা ওলাই আহে ৰাস্তালৈ।
অক্সিজেন লৈ থকা ৰোগীও নামি আহে ৰাস্তালৈ।
পিছত এএমচিএছৰ কৰ্তৃপক্ষই ৰোগীসকলক আন স্থানলৈ স্থানান্তৰ কৰে।