দেশৰ কিছুমান লোকৰ বিচাৰ বিষাক্ত সাপৰ দৰেঃ উমা ভাৰতী
নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ শেহতীয়াকৈ জেএনিউত হোৱা কাণ্ডক লৈ মন্তব্য প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ জেষ্ঠ নেত্ৰী উমা ভাৰতীয়ে। উমা ভাৰতীয়ে জেএন ইউৰ কাণ্ডক লৈ মন্তব্য কৰে যে দেশত কিছুমান লোকৰ বিচাৰ এনেকুৱা হৈছে যে যি এক বিশেষ সাপৰ দৰে যাৰ সংখ্য কম কিন্তু বহুত বিষাক্ত। লগতে কয় যে পৰিস্থিতি বিষাক্ত কৰিবলৈ চেষ্টা কৰিবলৈ গৈ আছে। আমি সকলোকে ঠিক কৰিম
BJP leader Uma Bharti on #JNUViolence: There are some thinkers in the country who are like a particular snake which is less in number but is highly venomous… Efforts are being made to make environment venomous… We have to fix some things & we will fix them. pic.twitter.com/JfHBXRsb8J
— ANI (@ANI) January 8, 2020