মুখ্যমন্ত্রীৰ উপস্থিতিত মনোনয়ন দাখিল ফণীধৰ তালুকদাৰৰ
নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ ৰাজ্যখনৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ–নির্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে বাক্সা আৰু বজালী জিলাক সামৰি গঠিত ভৱানীপুৰ বিধানসভা সমষ্টিত নির্বাচনী গৰম বতাহ বলা পৰিলক্ষিত হৈছে৷
আজি ফণীধৰ তালুকদাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰঞ্জিত কুমাৰ দাস, বিটিআৰপ্রধান প্রমোদ বড়োৰ উপস্থিতিত মনোনোয়ন দাখিল কৰে৷
ইপিনে ভাৰতীয় জনতা পার্টীৰ নীতি–আদর্শৰ প্রতি আকৃষ্ট হৈ আজি ভৱানীপুৰ সমষ্টিত পাঁচ হাজাৰ লোকে দলটোত যোগদান কৰে৷
Joined Phanidhar Talukdar for his nomination filing for Bhabanipur by poll along with BJP State Prez @Bhabesh_KalitaR; Mins @RanjeetkrDass @UGBrahma @Pijush_hazarika; MLAs @ChoudhuryPhani @jayanta_malla; Dist BJP Prez @NagenChoudhury; CEM BTR @PramodBoroBTR; BJP leader @manojb46. pic.twitter.com/zOYKKCjvc8
— Himanta Biswa Sarma (@himantabiswa) October 8, 2021