নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাৰী শ্বাহ আলম

🔴 আৰক্ষীৰ এনকাউন্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাৰী শ্বাহ আলম।

🔴 নিশা সোণাপুৰত আৰক্ষীৰ গুলীত নিহত হয় দুৰ্ধৰ্ষ অপৰাধীটো।

🔴 বুকুত দুটাকৈ গুলী লাগে অপৰাধীটোৰ।

🔴 আৰক্ষীৰ জিম্মাৰ পৰা পলাইছিল দুৰ্ধৰ্ষ অপৰাধী শ্বাহ আলম

🔴 বৰ্তমান GMCHৰ মৰ্গত আছে শ্বাহ আলমৰ মৃতদেহ

 

You might also like