নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ আগিয়াত বাছ দুৰ্ঘটনাঃ আহত ১০ তকৈ অধিক

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ শনিবাৰে পুৱাই গোৱালপাৰাৰ অগিয়াত সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাছে ডাম্পাৰক অতিক্ৰম কৰিবলৈ গৈ বাগৰি পৰিল পথৰ কাষত । ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহি থকা বাছখন দুৰ্ঘটনা পতিত হোৱাৰ ফলত আহত হয় ১০ জনতকৈ অধিক লোক ।

You might also like