নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই কভিড আক্ৰান্ত

নিয়মীয়া বাৰ্তা,১৬জানুৱাৰী: প্ৰাক্তন কেন্দ্ৰীয়মন্ত্ৰী তথা ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ ৰাজেন গোঁহাই কভিড আক্ৰান্ত হৈছে। সামান্য পৰিমাণে অসুস্থ গোহাঁইয়ে কালি নগাঁও অসামৰিক চিকিৎসালয়ত এন্টিজেন টেষ্ট কৰাত কভিড নেগেটিভ আহে যদিও আজি আৰ টি পি চি আৰ ৰিৰ্পটত কভিড পজিটিভ ধৰা পৰে।বৰ্তমান গোহাঁই হোম আইছ’লেশ্যনত আছে বুলি জানিব পৰা গৈছে।

You might also like