নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শনিবাৰে পুনৰ ৭গৰাকী কোভিড-১৯ ৰোগীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট: শনিবাৰে পুনৰ ৭গৰাকী কোভিড-১৯ ৰোগীৰ দুৰ্ভাগ্যজনকভাৱে বিয়োগ ঘটিছে ৷ তেওঁলোক হৈছে – বঙাইগাঁৱৰ সৰিতা দেৱী জৈন (৫০) , দৰঙৰ আব্দুল ৱাদুদ (৫৮), কাৰিমগঞ্জৰ হিমাংশু ৰঞ্জন দাস (৫৫), হাইলাকান্দিৰ ফয়েজ আহমেদ লস্কৰ (৬৬), ডিব্ৰুগড়ৰ মৃদুল খনিকৰ (৫৪) আৰু নগাঁৱৰ ভাৰতী হাজৰিকা (৬৫) ৷

You might also like