নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: চলা–ফুৰাৰ প্রতি সাৱধানতা অৱলম্বন কৰিব৷ বিদ্যার্থীসকলে যত্ন কৰিলে ভাল হ’ব৷ শুভ ৰং নীলা৷
বৃষ: ভ্রমণৰ যোগ দেখা যায় যদিও ভ্রমণত সাৱধানতা অৱলম্বন কৰিব৷ শুভ ৰং বগা৷
মিথুন: দাম্পত্যত সুখ৷ শত্রু বৃদ্ধিৰ সম্ভাৱনা৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ ৰং ৰঙা৷
কর্কট: মাহটোৰ শেষৰফালে আর্থিক চিন্তা বাঢ়িব৷ খৰচৰ মাত্রা বাঢ়িব৷ প্রেমত শুভ৷ শুভ ৰং নীলা৷
সিংহ: ৰাজনৈতিক ক্ষেত্রত সুনাম বৃদ্ধি পাব৷ ব্যৱসায়ত লাভৱান৷ আর্থিকত শুভ৷
কন্যা: সেউজীয়া ৰঙৰ কাপোৰ কন্যা ৰাশিৰ জাতক–জাতিকাসকলে পৰিধান কৰিব৷ শুভ কর্ম আৰম্ভ কৰিব পাৰে৷
তুলা: কোনো বিশ্বাসী মানুহে আপোনাৰ বিশ্বাস ভাগিব৷ প্রেমত শান্ত৷ বিদ্যার্থীৰ মধ্যম৷ শুভ ৰং ৰঙা৷
বৃশ্চিক: ব্যৱসায়ত জটিলতা পাব৷ ঘৰুৱা সমস্যা বাঢ়িব৷ ভ্রমণৰ যোগ আছে৷
ধনু: ব্যৱসায়ত লাভৱান৷ চাকৰিয়ালসকলে সাৱধান হোৱা ভাল৷ সন্তানৰ বাবে চিন্তা৷
মকৰ: শৰীৰক লৈ যত্ন লওক৷ মাতৃৰ বাবে চিন্তা৷ গাড়ী চলাওঁতে সাৱধানতা অৱলম্বন কৰিব৷ প্রেমত শুভ৷
কুম্ভ: বিদ্যার্থীসকলে যত্ন কৰা উচিত৷ ব্যৱসায়ীসকলৰ ব্যয় হোৱাৰ সম্ভাৱনা৷ প্রেমত শুভ৷
মীন: প্রেমত শুভ৷ পিতৃৰ শুভ৷ আর্থিক উন্নতি৷ নতুন কর্ম লাভ৷

You might also like