নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ পৰিয়ালৰ ক্ষেত্রত শুভ৷ কোনো অশুভ সংবাদে মানসিক অশান্তি দিব৷ প্রেমত সাৱধান৷
বৃষ ঃ ধৈর্য সহকাৰে কাম কৰিলে ভাল ফল পাব৷ আপোনাৰ সুযোগ লৈ কোনোবাই আপোনৰ ক্ষতি কৰিব পাৰে৷
মিথুন ঃ শিক্ষার্থীৰ শুভ৷ দুর্ঘটনা হ’ব পাৰে৷ ব্যৱসায়ত নতুন পৰিচয় লাভ৷ কর্মত শুভ৷
কর্কট ঃ ব্যৱসায়ীসকলৰ শুভ৷ বিদ্যার্থীৰ বাবে শুভ৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷
সিংহ ঃ পৰিয়ালৰ ক্ষেত্রত শুভ হ’লেও সন্তানৰ কাৰণে চিন্তা থাকিব৷ আয় বৃদ্ধিৰ সুযোগ৷ প্রেমত শুভ৷
কন্যা ঃ সঞ্চয় কৰিলে ভাল৷ ব্যৱসায়ী আৰু বিদ্যার্থীৰ বাবে শুভ৷ সন্তানৰ শুভ৷
তুলা ঃ ৰাজনীতিকসকলৰ বিভিন্ন ধৰণৰ চিন্তা আহি পৰিব৷ চাকৰিয়ালে সু–সংবাদ পাব৷ প্রেমত অশান্তি৷
বৃশ্চিক ঃ চাকৰিয়ালসকলৰ কর্তৃপক্ষৰ লগত মতবিৰোধ হ’ব পাৰে৷ বিদ্যার্থীৰ নতুন সুযোগ আহিব৷
ধনু ঃ সাৱধানে চলা–ফিৰা কৰিব৷ দেহত আঘাতপ্রাপ্ত হোৱাৰ সম্ভাৱনা আছে৷ পুৰণি কোনো ৰোগ উপশম হোৱাৰ যোগ৷
মকৰ ঃ আজি সমস্যা দেখা দিব৷ ব্যৱসায়ীসকৰ শুভ৷ ভ্রমণত শুভ৷ প্রেমত মধ্যম৷
কুম্ভ ঃ বিদ্যার্থীসকল শুভ৷ বন্ধুৰ লগত মতবিৰোধ৷ ঘৰুৱা শুভ৷ দূৰ ভ্রমণ৷
মীন ঃ বন্ধুৰ পৰা উপকৃত৷ প্রেমত শান্ত৷ কাম–কাজত উৎসাহ পাব৷ শাৰীৰিক যত্ন লওক৷

You might also like