নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যবাসীক বিহুৰ শুভেচ্ছা জনালে অভিনেতা হৃত্বিক ৰৌশনে

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ  ভোগৰ উৎসৱ ভোগালী। কৰোনা কালৰ মাজতো ৰাজ্যবাসীয়ে উদযাপন কৰিছে ভোগালী বিহু। ভোগৰ উৎসৱৰ সময়তে   অসমবাসীক বিহুৰ শুভেচ্ছা জনালো বলীউদৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰৌশনে। অভিনেতা জনে টুইট কৰি ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

You might also like