ম’হবন্ধা চাহ বাগিচাত হত্যা কৰি পেলাই থৈ গ’ল বৃদ্ধাক, চাঞ্চল্য
হত্যাকাৰীয়ে পৰিধান কৰা টুপীৰ লগতে অন্যান্য সামগ্ৰী চোকা অস্ত্ৰ পেলাই থৈ গল ৰাজপথত
- যোৰহাটৰ ম’হবন্ধা চাহ বাগিচাত হত্যাকাণ্ড।
- চাহ বাগিচাত হত্যা কৰি পেলাই থৈ গ’ল এগৰাকী বৃদ্ধাক।
- কোনো দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰে কুন্তি তাঁতি নামৰ মহিলাগৰাকীক।
- হত্যাকাৰীয়ে পৰিধান কৰা টুপীৰ লগতে অন্যান্য সামগ্ৰী চোকা অস্ত্ৰ পেলাই থৈ গল ৰাজপথত।
- ঘটনাস্থলীত পুলিবৰ আৰক্ষীৰ থানা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ