নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত ন্যায়িক দণ্ডাধীশ-ক আক্ৰমণৰ চেষ্টা!

  • বিলাসীপাৰা ন্যায়িক দণ্ডাধীশ কাৰ্যালয় চৌহদত চাঞ্চল্যকৰ ঘটনা।
  • তিনি দুৰ্বৃত্তৰ আক্ৰমণৰ চেষ্টা চলায় মহকুমা ন্যায়িক দণ্ডাধীশক।
  • বেলতলীৰ পৰা পিছলৈ  আহি কাৰ্যালয় চৌহদত আক্ৰমণ চলায় তিনি দুৰ্বৃত্তই।
  • বিলাসীপাৰাৰ সম-জিলাৰ কাৰ্যালয়ত প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ হিচাপে কৰ্মৰত  দীপজ্যোতি হাজৰিকা।
  • ইতিমধ্যে তিনি দুৰ্বৃত্তৰ দুজনক কৰায়ক্ত কৰিছে বিলাসীপাৰা আৰক্ষী প্ৰশাসনে।
  • মহকুমা ন্যায়িক দণ্ডাধীশৰ গাড়ীৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই ঘটনা।
  • আটকাধীন লোক দুজন হাফিজুৰ ৰহমান আৰু আতোৱাৰ ৰহমান বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ

You might also like