নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিৰ  ষ্টাৰ মেমৰিয়েল ইংলিছ স্কুলত বহাগৰ এদিন

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ সোণাৰি চাপৰিৰ মাজমজিয়াত স্থাপিত ষ্টাৰ মেমৰিয়েল ইংলিছ স্কুলত আজি উদযাপন কৰা হয় বহাগৰ এদিন ৷ বিদ্যালয়ৰ পৰম্পৰাগত সাজপাৰ এৰি কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক/শিক্ষয়িত্ৰী আৰু অভিভাৱক/অভিভাবিকাসকলেও জাতীয় সাজপাৰ পৰিধান কৰি আহি বিদ্যালয়ৰ সন্মুখত বিহু মাৰি ঐ নিতম গাই নাচি বাগি ৰং ৰহইচ কৰি উদযাপন কৰে বহাগৰ এদিন ৷
প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like