নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বৃন্দাবনী বস্ত্ৰ’ নামৰ গ্ৰন্থ উন্মোচন মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ আজি ‘বৃন্দাবনী বস্ত্ৰ’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিশিষ্ট লেখক মৃণাল কলিতাৰ গ্ৰন্থখন উন্মোচন কৰা হয় অসম বিধানসভাৰ গোপীনাথ বৰদলৈ প্ৰেক্ষাগৃহত।

গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী পীয়ূষ হাজৰিকা, মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, বিধায়ক প্ৰশান্ত ফুকনকে ধৰি বহু গণ্য-মান্য লোক।

You might also like