নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত অস্ত্ৰসহ যুৱকক গ্ৰেপ্তাৰ

ঢেকিয়াজুলিত অস্ত্ৰসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ঢেকিয়াজুলিৰ শান্তিপুৰত আৰক্ষী আৰু সেনাই চাৰ্চ অপাৰেচন চলাই অনচুলা ইছলাৰী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱকজনৰ হাতৰ পৰা এটা ফেক্টৰীত নিৰ্মিত ৭.৬৫ এম এম পিষ্টল উদ্ধাৰ কৰে।

নিয়মীয়া বার্তা, ঢেকীয়াজুলি

You might also like