নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওৰাং ৰাষ্ট্ৰীয় উদ্যান-ত চোৰাং চিকাৰী-বনৰক্ষীৰ মাজত গুলীয়াগুলী

  • ওৰাং ৰাষ্ট্ৰীয় উদ্যান-ত চোৰাং চিকাৰী আৰু বনৰক্ষীৰ মাজত গুলীয়াগুলী।
  • নিশা ১ বজাত সংঘটিত হয় এই ঘটনা।
  • বিশেষ সূত্ৰৰ আধাৰত পহৰাদাৰী বনকৰ্মী এম্বুছ কৰি আছিল উদ্যানৰ ৰহমানপুৰ এলেকাত।
  • বনৰক্ষীৰ উমান পাই চোৰাংচিকাৰীৰ দলে গুলীচালনা কৰে।
  • বনৰক্ষী বাহিনীয়েও প্ৰত্যুত্তৰ দিয়ে। ফলত এজন চোৰাং চিকাৰী নিহত হয়।
  • অৱশ্যে ৰাতিপুৱা হে মৃতদেহ উদ্ধাৰ হৈছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ

You might also like