নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটৰ মিছন তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

  • গোলাঘাটৰ মিছন তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ডিভাইডাৰত খুন্দা মাৰি বহু দূৰলৈ চিটিকি পৰে এখন i20 বাহন।
  • সংকটজনক অৱস্থাত চালকজনক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয়
  • পিছত চিকিৎসকে মৃত ঘোষণা কৰে।
  • চালক মৃত যুৱকজনৰ নাম গৌৰৱ জ্যোতি গগৈ।
  • ২২ বছৰীয়া যুৱকজনৰ ঘৰ পুলিবৰত বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ২৮ জুলাই

You might also like