বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ আজি শংকৰ জয়ন্তী। ৰাজ্যজুৰি উদযাপিত হৈছে গুৰুজনাৰ জন্মজয়ন্তী। সেই উপলক্ষে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনজোৰাকৈ গুৰুজনাৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানত উপস্থিত থাকে। তেওঁ বটদ্ৰৱাৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে বুলি কয়। আজিৰ পৱিত্ৰ দিনটোতে বটদ্ৰৱা থানৰ উন্নীতকৰণ প্ৰকল্পৰ অধীনত নতুনকৈ নিৰ্মিত সভাঘৰ, সত্ৰীয়া চ’ৰা, কাৰ্যালয় আৰু দামোদৰ আতা যাত্ৰী নিৱাসৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
Prev Post
You might also like