- জুবিন গাৰ্গৰ সম্পত্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আদালতৰ ৰায়।
- পত্নী গৰিমা শইকীয়া গাৰ্গলৈ উত্তৰাধিকাৰ প্ৰমাণপত্ৰ জাৰি।
- কামৰূপ (মহানগৰ) জিলা ন্যায়াধীশ আদালতৰ নিৰ্দেশ।
- জুবিন গাৰ্গৰ বেংক একাউণ্ট আৰু মিউচুৱেল ফাণ্ডৰ অধিকাৰ গৰিমাৰ।
- ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ডৰ দুটা বেংক একাউণ্টৰ উত্তৰাধিকাৰ স্বীকৃত।
- ICICI বেংকৰ Eye Creations একাউণ্টো গৰিমাৰ নামত।
- পিতৃ আৰু ভগ্নীৰ ‘No Objection’ আদালতত দাখিল।
- জুবিন গাৰ্গে কোনো Will এৰি যোৱা নাছিল বুলি আদালতৰ নথিত উল্লেখ।
- Zubeen Garg Music LLPৰ ক্ষেত্ৰত Succession Certificate প্ৰযোজ্য নহয়।
- LLP Agreement অনুসৰিয়েই লাভ কৰিব লাগিব অংশীদাৰিত্বৰ সুবিধা।
- ‘Green Rhinos’ Joint Ventureৰ ক্ষেত্ৰতো Succession Certificate নহয়।
- Partnership Deed অনুসৰিয়েই নিষ্পত্তিৰ নিৰ্দেশ আদালতৰ।
- বেংক জমা আৰু বিত্তীয় সম্পত্তিৰ ক্ষেত্ৰত গৰিমাৰ আবেদন মঞ্জুৰ।
- Succession Case No. 16/2026 নিষ্পত্তি আদালতৰ।
ডিজিটেল ডেস্ক, ১ জুলাই