নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত আক্ৰান্ত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ   ক’ভিডত আক্ৰান্ত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা। দিল্লীত হোম আইছলেশ্যনত থাকিব সাংসদগৰাকী। লোকসভাৰ অধিৱেশনত ভাগ ল’বৰ বাবে দিল্লীলৈ গৈছিল সাংসদ প্ৰদান বৰুৱা। অধিবেশনৰ পূৰ্বে কৰা ক’ভিড টেষ্টত যোৱা দুদিনত ১৭জন সাংসদৰ দেহত পোৱা গৈছে কৰ’না।

উল্লেখ্য যে  যোৰহাটৰ সাংসদ তপন গগৈ ক’ভিডত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছে।

You might also like