নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাঃ দেবেন দত্তৰ হত্যাকাণ্ড, মূল হত্যাকাৰী সঞ্জয় ৰাজোৱাৰক ফাঁচিৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ  চিকিৎসক ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান। যোৰহাট জিলা-সত্ৰ ন্যায়াধীশৰ আদালতৰ শাস্তি ঘোষণা। মূল হত্যাকাৰী মূল হত্যাকাৰী সঞ্জয় ৰাজোৱাৰক ফাঁচিৰ নিৰ্দেশ আদালতৰ। আনহাতে আন ২৪জনক যাৱজ্জীৱন কাৰাদণ্ড। আনহাতে ৬জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিলে আদালতে।

টীয়ক চাহ বাগিচাত ২০১৯ চনৰ ৩১ আগষ্টত সংঘটিত হৈছিল এই হত্যাকাণ্ড। একাংশ উত্তেজিত
শ্ৰমিকে  মৰিয়াই মৰিয়াই হত্যা কৰিছিল  ৭২ বছৰীয়া চিকিৎসকজনক।
You might also like