নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপথাৰৰ বিজেপি প্রাৰ্থী বিশ্বজিৎ‍ ফুকনৰ বাসগৃহলৈ গ্রেনেড নিক্ষেপ

🔹 সৰুপথাৰ সমষ্টিৰ বিজেপি প্রাৰ্থী বিশ্বজিৎ ফুকনৰ চাংপুলস্থিত বাসগৃহত গ্ৰেনেড নিক্ষেপ।

🔹 কথমপি বিস্ফোৰিত নহ’ল গ্ৰেনেডটো ।
🔹 ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
🔹 চিমেণ্টৰ বস্তাৰে ঢাকি দিয়া হৈছে গ্ৰেনেডটো।
🔹 নিৰ্বাচনৰ পূৰ্বে এনে ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
🔹 বাসগৃহটোত ৰখীয়াগৰাকীৰ বাদে উপস্থিত নাছিল কোনো লোক।
🔹 ঘটনাস্থলীলৈ ৰাওনা হৈছে বোমা বিশেষজ্ঞৰ দল।

You might also like