নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: কর্মত পদোন্নতি৷ ব্যৱসায়ত ভাল চলিব৷ প্রেমত শুভ৷ বিবাহৰ যোগ৷
বৃষ: দিনটোত কোনো সংবাদে মন প্রফুল্ল কৰিব৷ নিবনুৱাৰ কর্মসংস্থাপনৰ যোগ৷ প্রেমত সাৱধান৷
মিথুন: নিজৰ ভুলৰ কাৰণে অশান্তিৰ সৃষ্টি হ’ব৷ সমাজ কল্যাণমূলক সামাজিক কর্মত সুনাম বৃদ্ধি৷
কর্কট: বিদ্যাত ভাল ক’ব পৰা যায়৷ চাকৰিয়ালৰ মধ্যম৷ প্রেম আৰু দাম্পত্যত গভীৰ দায়িত্ব৷
সিংহ: আর্থিকত ভাল ক’ব পৰা যায়৷ কর্মপ্রার্থীৰ মধ্যম৷ ঘৰত অশান্তি৷
কন্যা: ধর্মীয় বিশ্বাস অটুট থাকিব৷ দুর্ঘটনা হোৱাৰ সম্ভাৱনা আছে৷ মাতৃৰ স্বাস্থ্যৰ বাবে চিন্তিত৷
তুলা: বিদেশ ভ্রমণ শুভ দেখা যায়৷ আইনী সমস্যা সমাধান হ’ব৷ বিদ্যাত ভাল দেখা নাযায়৷
বৃশ্চিক: বিদ্যাত বাধাৰ মাজেৰে অগ্রগতি লাভ৷ দাম্পত্যত ভালেই দেখা যায়৷ প্রেমত শুভ৷
ধনু: পাৰিবাৰিক চিন্তা৷ সন্তানৰ ওপৰত দায়িত্ব অর্পণ কৰক৷ ঘৰুৱাত অশান্তি৷ প্রেমত চিন্তা৷
মকৰ: শৰীৰ ঠিকেই থাকিব৷ বিদ্যাত ভাল৷ ৰাজনীতিবিদসকলৰ শুভ৷ প্রেমত অশান্তি৷
কুম্ভ: কর্মক্ষেত্রত সকলো কথা সহজভাৱে গ্রহণ কৰাটো কঠিন হ’ব৷ প্রেম বা দাম্পত্যত খুব বেয়া৷
মীন: সহযোগীৰ সহায় লাভ৷ প্রেম–প্রীতিত অনুকূল৷ বিদ্যাত মনযোগ দিয়া দৰকাৰ৷ খৰচ বৃদ্ধি৷

You might also like