নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যান

আজি দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান।

মানাহৰ বাঁ‌হবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰত ৰঙা ফিতা কাটি ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে চি এইচ ডি সুমন মহাপাত্ৰই।

নিয়মীয়া বাৰ্তা, আনন্দ বজাৰ, ২৪ ছেপ্টেম্বৰ

You might also like