নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ মানচিত্ৰৰ পৰা বজালী-বিশ্বনাথ-হোজাই-তামুলপুৰ জিলা বিলুপ্ত

বিশেষ বাৰ্তা, ৩১ ডিচেম্বৰঃ

🔴 নতুন ৪ জিলা ৰাজ্যৰ মানচিত্ৰৰ পৰা বিলুপ্ত।
🔴 বজালী, বিশ্বনাথ, হোজাই আৰু তামুলপুৰ জিলা বিলুপ্ত।
🔴 পূৰ্বৰ জিলাৰে চামিল কৰা হ’ল এই চাৰিখন জিলাক।
🔴 জৰুৰী কেবিনেট বৈঠকৰ অন্তত দিল্লীত ঘোষণা মুখ্যমন্ত্ৰীৰ।
🔴 এই সিদ্ধান্ত অত্যন্ত সাময়িক; দেশ, জাতিৰ স্বাৰ্থত এই সিদ্ধান্ত: মুখ্যমন্ত্ৰী।

🔴জিলা কৰ্তন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি, আছু নেতৃত্বৰ ক্ষোভ-ভৰা প্ৰতিক্ৰিয়া।

You might also like