নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমবাসীৰ বাবে সুখবৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ এমবিবিএছৰ বাবে ১০০ খন আসনৰ অনুমোদন

    • অৱশেষত উত্তৰ অসমৰ বাবে আহিল ভাল খবৰ
    • লখিমপুৰ মেডিকেল কলেজলৈ নেচনেল মেডিকেল এচচিয়েছনৰ স্বীকৃতি
    • নৱেম্বৰ ডিচেম্বৰত হব নাম ভৰ্তি
    • অন্যান্য নিযুক্তি প্ৰক্ৰিয়া ও হব শীৰ্ঘ্ৰে
    • উল্লেখ্য কিছু দিনৰ পূৰ্বে মেডিকেল এচচিয়েছনে কলেজখনৰ পৰ্যাপ্ত মানৱ শক্তি নোপোৱাত স্বীকৃতি দিয়াৰ পৰা বিৰত আছিল
    • সম্প্ৰতি মেডিকেল এচচিয়েছনে স্বীকৃতি দিয়াৰ লগে লগে লখিমপুৰ, ধেমাজীৰ বাবেই নহয় ব্ৰহ্মপুত্ৰ পুত্ৰৰ উত্তৰ পাৰৰ বাবেই এক সু খবৰত পৰিণত হৈছে
    • সদ্যহতে ১০০ এম বি বি এছ আসনেৰে শিক্ষা বৰ্ষ আৰম্ভ হবলগীয়া লখিমপুৰ মেডিকেল কলেজখন আন বহু আগশাৰীৰ মেডিকেল কলেজৰ সমকক্ষ হব বুলি অধ্যক্ষ আৰু অধীক্ষক জনে জানিবলৈ দিয়ে

 

Input- জীৱন গোস্বামী, লখিমপুৰ 

You might also like