নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ পুৱাৰ সময়ত কিছু নিৰাশ হোৱা দেখা যাব৷ প্রয়োজনীয় ক্ষেত্রত সাৱধানে থাকিব৷ প্রেম–দাম্পত্যত মধ্যম৷ শৰীৰৰ বিষয়ে চিন্তা থাকিব৷ বগা শুভ ৰং৷ ১ শুভ সংখ্যা৷
বৃষ ঃ কিছু বিষয়ত উৎকণ্ঠা থাকিব৷ কর্মক্ষেত্রত মানসিক চঞ্চলতা বৃদ্ধি হ’ব পাৰে৷ আর্থিক মধ্যম৷ প্রেম–প্রণয়ত ভাল৷ মুগা ৰং শুভ৷৷ ৫ শুভ সংখ্যা৷
মিথুন ঃ দিনটোত খৰচৰ মাত্রা বৃদ্ধি হোৱাৰ কাৰকতা আছে৷ বিশেষ কোনো চেষ্টাৰ ফলত ভাল ফলাফল আশা কৰিব পাৰি৷ পঢ়া–শুনাত মনোযোগ বৃদ্ধি৷ ৰঙা শুভ ৰং৷ ২ শুভ সংখ্যা৷
কর্কট ঃ হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ কোনো যোগাযোগত ভাল ফল দেখা যায়৷ ভ্রমণত শুভ৷ সেউজীয়া শুভ ৰং৷ ৩ শুভ সংখ্যা৷
সিংহ ঃ বিদ্যার্থীসকলে পঢ়া–শুনাত মনোযোগ দিয়া ভাল৷ ব্যৱসায়–বাণিজ্যত ভাল দেখা যায়৷ কোনো নতুন সংবাদে মনত আনন্দ দিব৷ হালধীয়া শুভ ৰং৷ ৬ শুভ সংখ্যা৷
কন্যা ঃ শৰীৰ, স্বাস্থ্য খুব ভাল নাযায়৷ ভ্রমণত শুভ ফল লাভ কৰিব৷ সামাজিক কর্মত স্বীকৃতি লাভ কৰিব৷ বিবাহৰ চেষ্টা সফল হ’ব পাৰে৷ সেউজীয়া শুভ ৰং৷ ৭ শুভ সংখ্যা৷
তুলা ঃ আর্থিক ভাল৷ প্রাপ্য পোৱাৰ আশা আছে৷ মাতৃৰ শাৰীৰিক অশুভ৷ সন্তানৰ কর্মপ্রাপ্তি যোগ৷ প্রেম আৰু দাম্পত্যত বাধা৷ নীল শুভ ৰং৷ ৩ শুভ সংখ্যা৷
বৃশ্চিক ঃ স্ত্রীৰ শাৰীৰিক অসুস্থতাৰ বাবে মানসিক অশান্তি বৃদ্ধি৷ উচ্চ শিক্ষাৰ ক্ষেত্রত চিন্তা থাকিব৷ ভ্রমণত বাধাৰ আশংকা দেখা যায়৷ কর্মত শুভ৷ ৰঙা শুভ ৰং৷ ৫ শুভ সংখ্যা৷
ধনু ঃ শৰীৰ মধ্যম৷ সামাজিক কর্মত দায়িত্ব বৃদ্ধি৷ মনৰ কোনো আশা পূৰণ হ’ব পাৰে৷ চিকিৎসা সংক্রান্তত খৰচৰ মাত্রা বাঢ়িব৷ আকাশী শুভ ৰং৷ ৪ শুভ সংখ্যা৷
মকৰ ঃ কর্মপ্রার্থীৰ বাবে দিনটো ভাল হোৱাৰ যোগ৷ সন্তানৰ স্বাস্থ্যৰ প্রতি নজৰ ৰাখিব৷ মাটিয়া শুভ ৰং৷ ৮ শুভ সংখ্যা৷
কুম্ভ ঃ বিবাহৰ কথা–বার্তাত ফলপ্রসূ হোৱাৰ সম্ভাৱনা৷ চলা–ফুৰাত সতর্ক থাকক৷ ক’লা শুভ ৰং৷ ৪ শুভ সংখ্যা৷
মীন ঃ পৈতৃক সম্পত্তিক কেন্দ্র কৰি বিৰোধ হোৱাৰ সম্ভাৱনা৷ প্রেমত শুভ৷ হালধীয়া শুভ ৰং৷ তিনি শুভ সংখ্যা৷

You might also like