নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ কর্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব৷ শত্রুৰ পৰা ক্রম হ্রাস পাব৷ কর্ম প্রার্থীৰ শুভ৷ শুভ ৰং নীলা ৷ শুভ সংখ্যা ৪৷
বৃষ ঃ কর্মক্ষেত্রত অপ্রত্যাশিত ঘটনা অসুবিধা সৃষ্টি কৰিব৷ বিদ্যাক্ষেত্র শুভ৷ ব্যৱসায় মধ্যম৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ৪৷
মিথুন ঃ অস্থিৰতা বর্জন কৰিব৷ শৰীৰ স্বাস্থ্য খুব ভাল দেখা নাযায়৷ পাৰিবাৰিক মধ্যম৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৮৷
কর্কট ঃ কর্মত উৎসাহ বৃদ্ধি৷ নিকটাত্মীয়ৰ কোন শুভ–সংবাদ লাভ৷ প্রভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ৷ আর্থিক ভাল৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৭৷
সিংহ ঃ পাৰিবাৰিক শুভ৷ কর্মস্থানত বাধা কম৷ আর্থিক ক্ষেত্র শুভ প্রদ৷ প্রেম–দাম্পত্যত মধ্যম ফল৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
কন্যা ঃ বঞ্চিত কর্মত কিছু অগ্রগতি লাভ৷ ভ্রাতৃ–ভগ্ণীৰ ভাল৷ দূৰ ভ্রমণ যোগ বঞ্চিত আছে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷
তুলা ঃ শাৰীৰিক কিছু উন্নতি দেখা যায়৷ মান সন্মান প্রাপ্তিৰযোগ৷ কর্মক্ষেত্রত অগ্রগতি আশা কৰা যায়৷ সন্তানৰ শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷
বৃশ্চিক ঃ পঢ়া–শুনাত মধ্যম ফল৷ পাৰিবাৰিক সমস্যাত বিব্রত হোৱাৰ সম্ভাৱনা৷ ব্যয় বৃদ্ধিৰ যোগ৷ শুভ ৰং গোলাপী৷ শুভ সংখ্যা ৮৷
ধনু ঃ ব্যৱসায়ৰ দিশত আপোনাৰ দক্ষতা বৃদ্ধিৰ যোগ৷ কোনো আত্মীয়ৰ স’তে দুর্ভাবনা থাকিব৷ ব্যৱসায় বাণিজ্য মধ্যম৷ শুভ ৰং সেউজীয়া৷ শুভ সংখা ৩৷
মকৰ ঃ পূর্বৰ তুলনাত আজি দিন শুভ৷ কোনো কর্মৰ ফল মানসিক শান্তিৰ কাৰক হ’ব৷ প্রেম আৰু দাম্পত্য যথাযথ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫৷
কুম্ভ ঃ বন্ধুবর্গক উৎসাহিত কৰিব৷ বুদ্ধিজীৱী তথা সংস্কৃতি প্রেমীৰ অনুকূল৷ বিদ্যাত বাধা নাই৷ শুভ ৰং মটীয়া৷শুভ সংখ্যা ৭৷
মীন ঃ সন্তানৰ সাফল্যৰ সুখ বৃদ্ধি কাৰক৷ আর্থিক সাফল্য আশা কৰা যায়৷ অযথা চিন্তা পৰিহাৰ কৰা ভাল কাম হ’ব৷ ভ্রমণৰ যোগ৷ শুভ ৰং সেউজীয়া শুভ সংখ্যা ৭৷

You might also like