নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়া : ছেমিত পৰাস্ত ভাৰত

বিশেষ বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ

🏏মহিলা বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়া।

🏏ছেমিত পৰাস্ত ভাৰত।

🏏১৭৪ ৰানৰ লক্ষ্য লৈ খেলা ভাৰত ৫ ৰানত পৰাস্ত হয়।

🏏অষ্ট্ৰেলিয়াৰ মুনীয়ে ৫৪, লেনিঙে ৪৯, গাৰ্ডনাৰে ৩১ ৰান কৰে।

🏏ভাৰতৰ হৈ অধিনায়িকা হৰমনপ্ৰীত কৌৰে অৰ্ধশতৰান কৰে যদিও শেষৰক্ষা নহল।

🏏জেমিমা ৰড্ৰিগজেও খেলে ৪৩ ৰানৰ ইনিংছ।

You might also like