নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ আর্থিকত বাধা দেখা নাযায়৷ কর্মত আপোনাৰ দৃঢ়তা বৃদ্ধি পাব৷ শৰীৰ মধ্যম৷ ব্যৱসায়ত আগবেলা অলপ বাধা দেখিব৷
বৃষ ঃ দিনটো উৎসাহজনক নহ’ব পাৰে৷ পৰিৱেশৰ লগত মনৰ মিল কম হ’ব৷ স্থায়ী কোনো কামৰ বাবে কৰা চেষ্টাত শুভ ফল পাব৷
মিথুন ঃ কর্মক্ষেত্রত বাধা থাকিব৷ বিদ্যাত জটিলতা নাই৷ পঢ়াত মন বহুৱাওক৷ প্রেমত নতুন সংযোগ৷ প্রেমত শুভ৷
কর্কট ঃ অনুকূল দিন৷ যোগাযোগত প্রায় ভালেই৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ সম্ভাৱনা৷ ঘৰুৱাতো সিমান জটিলতা নাথাকিব৷
সিংহ ঃ কোনো কর্মৰ লগত কৌশলগত সংযোগ ৰাখি কৃতকার্য হ’ব৷ মনৰ অৱস্থা ভালেই থাকিব৷ বিদ্যাত মধ্যম৷ প্রেমত অশুভ৷
কন্যা ঃ মধ্যম দিন৷ শৰীৰো একৰকম৷ বিদ্যাত খেলিমেলিৰ মাজেৰে অগ্রগতি৷ দাম্পত্যত চিন্তা থাকিব৷
তুলা ঃ আর্থিক উন্নতিৰ চেষ্টাত অনুকূল৷ প্রাপ্য মান–সন্মান লাভৰ সংবাদ৷ জটিল সিদ্ধান্তত উপনীত হ’ব পাৰে৷ বিদ্যাত শুভ৷
বৃশ্চিক ঃ অস্থিৰতা লাহে লাহে হ্রাস পাব৷ কিছু পৰিৱর্তনীয় কামৰ অগ্রসৰতা৷ শৰীৰ ভালেই যাব৷ পঢ়াত বাধা৷
ধনু ঃ খৰচ বৃদ্ধি পাব৷ ঘৰুৱা দিশতো সমস্যা বৃদ্ধি পাব৷ ভ্রমণত সতর্ক থাকিব৷ মূৰৰ বিষ হ’ব পাৰে৷
মকৰ ঃ দিনটো আপোনাৰ প্রায় ফৰকাল বুলিব পাৰে৷ কর্মক্ষেত্রত জটিলতা নাথাকিব৷ শৰীৰো মধ্যম৷ বিয়াৰ যোগাযোগত শুভ৷
কুম্ভ ঃ কর্ম আৰু পাৰিবাৰিক ক্ষেত্রত চিন্তা থাকিব৷ আৱেগ প্রৱণতাৰ দ্বাৰা নচলিব৷ ভ্রমণত লাভজনক ফল৷ বিদ্যাত শুভ৷
মীন ঃ কর্মত নিৰাশ নহ’ব৷ চেষ্টাত অটল থাকক৷ বিদ্যাত শুভ৷ আর্থিকত দুশ্চিন্তা কম৷ নিবনুৱাৰ কর্মলাভৰ যোগ৷

You might also like