নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ ভাবনা–চিন্তা কৰি কোনো কর্ম কৰিব৷ পাৰিবাৰিক সিদ্ধান্ত গ্রহণৰ পূর্বে গুৰুজনৰ সৈতে আলোচনা কৰিব৷ বিদ্যাত ভাল৷ আকাশী নীলা ৰং শুভ৷ শুভ সংখ্যা ২৷

বৃষ ঃ অন্তৰংগ বন্ধু–বান্ধৱীৰ সংগ লাভ৷ অত্যধিক পৰিশ্রম বর্জন কৰিব৷ আর্থিক লাভ বৃদ্ধি৷ গেৰুৱা ৰং শুভ৷ শুভ সংখ্যা ৭৷

মিথুন ঃ আর্থিক ভাল যদিও সাধাৰণ খৰচপাতি বৃদ্ধিৰ যোগ৷ প্রেম–প্রীতিত মধ্যম৷ ৰঙা ৰং শুভ৷ শুভ সংখ্যা ৬৷

কর্কট ঃ কর্মক্ষেত্রত নিজৰ দায়িত্বৰ বিষয়ে সতর্ক থাকিব৷ শৰীৰ কিছু দুশ্চিন্তা থাকিব৷ দাম্পত্যত শুভ৷ হালধীয়া ৰং শুভ৷ শুভ সংখ্যা ১৷

সিংহ ঃ ব্যৱসায়িক আর্থিক আদান–প্রদানৰ বিষয়ে সতর্ক থাকিব৷ কাৰণ আর্থিক লোকচান হোৱাৰ আশংকা আছে৷ সদায় আপোনাৰ শুভ ৰং বগা৷ শুভ সংখ্যা ৯৷

কন্যা ঃ দিনটো মধ্যমভাৱে পাৰ হ’ব৷ হঠাৎ কোনো ব্যক্তিৰ সৈতে মতান্তৰ সৃষ্টি হ’ব পাৰে৷ ভ্রমণ আর্থিক ক্ষতি হ’ব পাৰে৷ গোলাপী ৰং শুভ৷ শুভ সংখ্যা ৪৷

তুলা ঃ যথাসম্ভৱ দিনটোত কঠোৰ বাক্য প্রয়োগ নকৰাই ভাল৷ আর্থিক শুভ৷ ভ্রমণত বাধা আছে৷ দাম্পত্য অশান্তি৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷

বৃশ্চিক ঃ কর্মস্থলত অশান্তি৷ অন্যৰ কথাৰ ওপৰত নির্ভৰ নকৰাই ভাল৷ বিদ্যাত ভাল ফল৷ দাম্পত্যত বিৰোধ হ’ব পাৰে৷ বেঙুনীয়া ৰং শুভ৷ শুভ সংখ্যা ১৷

ধনু ঃ কাৰণ অকাৰণে কোনো ব্যক্তিৰ সৈতে বিৰোধ হোৱাৰ আশংকা দেখা যাব৷ অর্থ যোগ ভাল৷ শৰীৰ ভাল থাকিব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷

মকৰ ঃ সাৱধানে থাকিব৷ নতুন কোনো যোগাযোগে উৎসাহিত ৰোধ কৰিব পাৰে৷ বন্ধুবর্গৰ সাহায্য পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

কুম্ভ ঃ কোনো দূৰ যোগাযোগত বাধাপ্রাপ্ত হ’ব পাৰে৷ বিদ্যাত নিৰাশ হোৱাৰ কাৰণ নাই৷ ব্যৱসায়ত মধ্যম৷ প্রেমত মতান্তৰ৷ বগা শুভ ৰং৷ শুভ সংখ্যা ৫৷

মীন ঃ আয় বৃদ্ধিৰ কাৰকতা দেখা যায়৷ কর্মক্ষেত্রত কিছু বাধা আছে৷ প্রেম–দাম্পত্যত শুভ৷ বিদ্যাত মাধ্যম৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

You might also like