নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ বিদ্যা–বুদ্ধি চর্চাত শুভ ফল৷ কর্মস্থান যথাযথ৷ দূৰ ভ্রমণৰ যোগ দেখা যায়৷ বিদ্যাত শুভ দেখা যায়৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
বৃষ ঃ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি৷ কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰা দেখা যায়৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৫৷
মিথুন ঃ প্রিয় বন্ধুৰ সাক্ষাৎ লাভ৷ কর্ম–বিদ্যাস্থানে ভাল দেখা যায়৷ পাৰিবাৰিক অশান্তি হ’ব পাৰে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৩৷
কর্কট ঃ কর্মক্ষেত্রত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ’ব পাৰে৷ ধনাগম বৃদ্ধি হ’ব৷ মাটি–বাৰী ক্রয় কৰাৰ ক্ষেত্রত তৃতীয় ব্যক্তিৰ লগত যোগাযোগ নকৰিব৷ শুভ ৰং গাঢ় ৰঙা৷ শুভ সংখ্যা ৭৷
সিংহ ঃ আর্থিক বিষয়ত চিন্তা থাকিব৷ শৰীৰ মধ্যম৷ কর্মক্ষেত্রত মানসিক অস্থিৰতা বৃদ্ধি পাব৷ মোকর্দমা আদিত সফলতা আহিব৷ চুবুৰীয়াৰ লগত মনোমালিন্য হ’ব পাৰে৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৮৷
কন্যা ঃ ব্যৱসায় সম্প্রসাৰণৰ যোগ দেখা যায়৷ দৈহিক দিশত পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা৷ অন্ধবিশ্বাসেৰে সৃষ্টিমূলক কাম কৰিলে সফল হ’ব৷ যান–বাহন কিনাৰ ক্ষেত্রত বাধা নাই৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা১৷
তুলা ঃ হঠাৎ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি হ’ব পাৰে৷ শাৰীৰিক ভাল দেখা যায়৷ বিদ্যাত জটিলতা কম৷ অংশীদাৰী ব্যৱসায়ত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
বৃশ্চিক ঃ দূৰ ভ্রমণত বাধা আছে৷ অত্যধিক পৰিশ্রম নকৰিব৷ ঘৰুৱা তথা কর্মস্থানত বিশেষ আহুকাল নাপাব৷ পিতৃৰ খুব বেয়া নহয়৷ অৱশ্যে শাৰীৰিক যত্ন ৰখাটো দৰকাৰ হ’ব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৪৷
ধনু ঃ আজি খৰচৰ মাত্রা বৃদ্ধি পাব৷ কর্মস্থানত সামগ্রিক ক্ষেত্রত আশাপূর্ণ যোগাযোগ পাব৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ২৷
মকৰ ঃ বিদ্যার্থীৰ ভাল দেখা যায়৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত মধ্যম৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৯৷
কুম্ভ ঃ হঠাৎ অর্থ লাভৰ কাৰক দেখা যায়৷ শাৰীৰিক অৱনতি হোৱাৰ আশংকা দেখা যায়৷ বিদ্যাত অশুভ নহ’ব৷ কর্মত তৎপৰতা থাকিব৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷
মীন ঃ আপোনাৰ বন্ধুৰ লগত সাক্ষাৎ হ’ব পাৰে৷ ব্যৱসায়ত শুভ৷ প্রেমত আহুকাল নাথাকিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷

You might also like