ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে NSAৰ ধাৰা আৰোপ কৰা হৈছে। CAA আন্দোলনৰ সময়ত চাবুৱা থানাত ৰুজু হোৱা এটা গোচৰক লৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী আন্দোলনৰ সময়ত চাবুৱাত দাখিল কৰা গোচৰটোৰ পুনৰ চাৰ্জ হিয়েৰিঙৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
এই ঘটনাক কেন্দ্ৰ কৰি পুনৰ ৰাজনৈতিক মহলত চাঞ্চল্যৰ সৃষ্টি হৈছে। NSAৰ ধাৰা আৰোপ আৰু পুনৰ চাৰ্জ হিয়েৰিঙৰ নিৰ্দেশে ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্য সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ২৫ মে’