নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ঊৰ্ধ্বমুখী ক’ভিডৰ গ্ৰাফ, কিমান ক’ভিড প’জিটিভ ওলাল দিনটোত

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ৰাজ্যখনত ক’ভিড সংক্ৰমণৰ গ্ৰাফ প্ৰতিদিনি ঊৰ্ধ্বমুখী হৈ আছে। আজি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনোৱা মতে, আজিৰ দিনটোতো ৰাজ্যখনত ১৯৩১ গৰাকী লোকৰ দেহত নতুনকৈ ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷

কামৰূপ মহানগৰত ক’ভিড পজিটিভ হৈছে ৬৮০ গৰাকী। আজি মুঠ ৭৩,৪২৮ গৰাকীৰ ক’ভিড-১৯ পৰীক্ষা কৰা হৈছিল।

You might also like