নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

আহতজনৰ সংকটজনক অৱস্থাত স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত প্ৰেৰণ কৰে

  • ৰূপহীহাটত ৰাজ্যিক ঘাইপথৰ বালিকাত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু, গুৰুতৰভাৱে আহত এক।
  • অচিনাক্ত ট্ৰাকে মহটিয়াই নিয়ে মটৰচাইকেলসহ আৰোহীক।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন মটৰচাইকেল আৰোহী আহতৰ ঘৰ জুৰীয়া বুলি জানিব পৰা গৈছে।
  • দুৰ্ঘটনাত পতিত হোৱা মটৰচাইকেলৰ নম্বৰৰ AS-02-H 3228।
  • আহতজনৰ সংকটজনক অৱস্থাত স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত প্ৰেৰণ কৰে।
  • ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ

You might also like