নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত দুৰ্ঘটনা, নিহত পথচাৰী

দুৰ্ঘটনা পতিত হোৱা বাইক চালকজনক স্থানীয় লোকে আক্ৰমণ কৰি গতাই দিয়ে হোজাই আৰক্ষীক

  • হোজাই গৌচৰাবস্তিত নিশা পথ দুৰ্ঘটনা।
  • বাইকৰ খুন্দাত নিহত ৬৫ বছৰীয়া সেনাপতি সিংহ নামৰ এজন।
  • দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS02AM 6628।
  • নিশা পথৰ দাঁতিত বহি আছিল মৃত ব্যক্তিজন।
  • দুৰ্ঘটনা পতিত হোৱা বাইক চালকজনক স্থানীয় লোকে আক্ৰমণ কৰি গতাই দিয়ে হোজাই আৰক্ষীক।

ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ

You might also like